అర్థం : যুদ্ধৰ সময়ত যুদ্ধাই পিন্ধা লোহাৰ টুপী
ఉదాహరణ :
সংগ্রহালয়ত আগৰ দিনৰ ৰজাৰ বিভিন্ন শিৰস্ত্রাণ ৰখা হৈছে
అర్థం : মূৰত আঘাত লগাৰ পৰা বাচিবৰ কাৰণে পিন্ধা এবিধ ধাতুৰে তৈয়াৰী টুপি বিশেষ
ఉదాహరణ :
মটৰ-চাইকেল চলোৱাসকলৰ কাৰণে হেলমেট পিন্ধাটো বাধ্যমূলক কৰা হৈছে
పర్యాయపదాలు : হেলমেট