అర్థం : যিয়ে এতিয়া বা অলপ সময় আগতে জন্ম লৈছে
ఉదాహరణ :
আজিকালি চিকিৎসালয়ত নৱজাতক শিশু চুৰ কৰাটো সহজ কথা হৈ পৰিছে
పర్యాయపదాలు : কেঁচুৱা, নৱজাত শিশু, নৱজাতক
అర్థం : কম বয়সীয়া লʼৰা বা ছোৱালী
ఉదాహరణ :
তেওঁ শিশুৰ কাৰণেও গল্প লিখে এই চিনেমাখন সৰু লʼৰা-ছোৱালীয়ে খুউব ভাল পায়
పర్యాయపదాలు : বাচ্চা, বালক-বালিকা, লʼৰা-ছোৱালী, সৰু লʼৰা-ছোৱালী