సభ్యుడిగా అవ్వండి
పేజీ చిరునామా క్లిప్బోర్డ్కి కాపీ చేయబడింది.
అర్థం : শিলৰ টুকুৰা
ఉదాహరణ : শিলাখণ্ড টানোতে দুজন লোকৰ মৃত্যু হʼল
పర్యాయపదాలు : অশ্ম, উপল, পাথৰ, পাষাণ, প্রস্তৰ, শিলগুটি, শৈলখণ্ড
అర్థం : ঘৰ বনোৱা সামগ্রী হিচাপে ব্যৱহাৰ হোৱা নির্দিষ্ট আকাৰৰ শিলাখণ্ড, যি বিশেষ উদ্দেশ্যৰে বনোৱা হয়
ఉదాహరణ : এই ঘৰটোৰ বেৰবোৰ মার্বলৰ ্ পাথৰেৰে বনোৱা
పర్యాయపదాలు : পাথৰ, প্রস্তৰ, শিল
ఆప్ స్థాపించండి