సభ్యుడిగా అవ్వండి
పేజీ చిరునామా క్లిప్బోర్డ్కి కాపీ చేయబడింది.
అర్థం : সৰু আকাৰৰ শিল
ఉదాహరణ : পথৰুৱা ৰাষ্টাত খালী ভৰিৰে খোজ কাঢ়িলে শিলগুটিয়ে বিন্ধে
పర్యాయపదాలు : পাথৰ, শিলগুটি
అర్థం : ঘৰ বনোৱা সামগ্রী হিচাপে ব্যৱহাৰ হোৱা নির্দিষ্ট আকাৰৰ শিলাখণ্ড, যি বিশেষ উদ্দেশ্যৰে বনোৱা হয়
ఉదాహరణ : এই ঘৰটোৰ বেৰবোৰ মার্বলৰ ্ পাথৰেৰে বনোৱা
పర్యాయపదాలు : পাথৰ, প্রস্তৰ, শিলাখণ্ড
అర్థం : আকাশৰ পৰা সৰি পৰা বৰফৰ টুকুৰা
ఉదాహరణ : বৰষুণৰ লগে-লগে শিলো পৰিছে
పర్యాయపదాలు : শিল বৰষুণ
అర్థం : পৃথিৱীৰ উপৰিভাগত ধূলি, বালি আদি গোট খাই টান হোৱা খণ্ড বা পদার্থ:খনিকৰজনে শিলৰ মূর্তি বনাই আছে
ఉదాహరణ :
పర్యాయపదాలు : অশ্ম, উপল, পাথৰ, পাষাণ, প্রস্তৰ, শিলা, ষ্টোন
ఆప్ స్థాపించండి