అర్థం : কোনো বিশেষ কার্য ্বা উদ্দেশ্যৰ নিমিত্তে কিছুমান লোক অস্থায়ীভাৱে থকা ঠাই বিশেষ
ఉదాహరణ :
চকুৰ চানিপৰা ৰোগৰ বিনামূলীয়া চিকিৎসাৰ কাৰণে ডাক্তৰে দহ দিনৰ শিবিৰ পাতিছে
పర్యాయపదాలు : কেম্প
అర్థం : কোনো কামৰ কাৰণে সহযোগিতাৰে কৰা এক বিশেষ আয়োজন
ఉదాహరణ :
এই শিবিৰটো দুদিন ধৰি চলিব
పర్యాయపదాలు : কেম্প