పేజీ చిరునామాను కాపీ చేయండి ట్విట్టర్‌లో భాగస్వామ్యం చేయండి వాట్సాప్‌లో భాగస్వామ్యం చేయండి ఫేస్బుక్లో భాగస్వామ్యం చేయండి
గూగుల్ ప్లే లో పొందండి
ఉదాహరణలు, పర్యాయపదాలు మరియు వ్యతిరేక పదాలతో অসমীয়া నిఘంటువు నుండి শাৰী అనే పదం యొక్క అర్థం.

শাৰী   বিশেষ্য

అర్థం : মহিলাই শৰীৰত লিপিটখুৱাই পৰিধান কৰা এক প্রকাৰৰ বস্ত্র

ఉదాహరణ : সীতাই সেউজীয়া ৰঙৰ শাৰী পিন্ধিবলৈ ভাল পায়

అర్థం : একেলগে বা মাজত কিছু ইফাল সিফাল হৈ কিছু দূৰলৈকে থকা কম বহল আৰু দীঘল বস্তু বা ভূভাগ

ఉదాహరణ : ৰাস্তাৰ দুয়োফালে দোকানৰ দীঘল শাৰী আছে

పర్యాయపదాలు : লানী

అర్థం : ক্রম অনুসাৰে হোৱা অৱস্থা

ఉదాహరణ : দোকানবোৰৰ ক্রমানুসাৰিতাই পথটোৰ শোভা বৃদ্ধি কৰিছে

పర్యాయపదాలు : অনুক্রম, অনুক্রমিকতা, ক্রমপর্যায়, ক্রমানুসাৰিতা, ক্রমান্বয়তা, ক্রমিকতা

అర్థం : কোনো পৃষ্ঠ বা কোনো বস্তুৰ পর্দা আদিত পোন শাৰীত লিখা লিখনি

ఉదాహరణ : উদাহৰণৰ বাবে আপুনি পঞ্চম পংক্তিটো চাৱক

పర్యాయపదాలు : পংক্তি

అర్థం : মানুহ বা বাহনৰ পংক্তি যি কাৰোবাৰ বা কিহবাৰ বাবে প্রতীক্ষা কৰি আছে

ఉదాహరణ : শাৰী ভাঙি যাত্রী নিয়া চালকক বহুত পিটন দিলে

పర్యాయపదాలు : পংক্তি, লাইন

అర్థం : এটাৰ পিছত এটাকৈ একেধৰণৰ বস্তু, ব্যক্তি বা জীৱই চিধাকৈ থকা নিয়ম

ఉదాహరణ : ৰেচনৰ দোকানত মানুহে শাৰী পাতি আছিল মানুহে লাইন পাতি বহি খাই আছিল

పర్యాయపదాలు : লাইন, লান, লানি, লালী, শৃংখলা