సభ్యుడిగా అవ్వండి
పేజీ చిరునామా క్లిప్బోర్డ్కి కాపీ చేయబడింది.
అర్థం : তেল বা কুঁহিয়াৰ পেৰা যন্ত্র
ఉదాహరణ : খেতিয়কে শালত কুঁহিয়াৰ পেৰি আছে
పర్యాయపదాలు : ???
అర్థం : এজোপা সুকাঠী বহুত ডাঙৰ গছ
ఉదాహరణ : শাল কাঠ ঘৰুৱা সা-সৰঞ্জাম বনোৱা কামত ব্যৱহৃত হয়
పర్యాయపదాలు : শাল গছ
అర్థం : কাঠৰ কুণ্ডাবিশেষ যʼত বাঢ়ৈ, কমাৰ আদিয়ে কোনো বস্তু গঢ় দিয়ে
ఉదాహరణ : কমাৰে শালত কেৰাহীখন থৈ পিটি আছে
అర్థం : শালিবলৈ ব্যৱহৃত কাঠৰ বা বাঁহৰ খিলি
ఉదాహరణ : ৰাতিৰ আন্ধাৰত তেওঁ ্শালত খুন্দা মাৰিলে
పర్యాయపదాలు : কীলক, স্থানু
ఆప్ స్థాపించండి