అర్థం : হুলস্থূল বা উপদ্রৱ আদিৰ অভাৱ
ఉదాహరణ :
সন্ত্রাসবাদীৰ কাৰণে চহৰত শান্তি নোহোৱা হৈছে
పర్యాయపదాలు : প্রশান্তি
అర్థం : কোনো কাম, ৰোগ আদিৰ সমাপ্তিৰ পিছত হোৱা সুখপ্রদ অনুভৱ
ఉదాహరణ :
ঔষধ খোৱাৰ পিছত মই চর্দিৰ পৰা শান্তি পালোঁ
పర్యాయపదాలు : আৰাম
అర్థం : মানুহে তেওঁলোকৰ জীৱনত সদায় বর্তি থাকিবলৈ কামনা কৰা এক ধৰণৰ অনুকূল আৰু ভাল অনুভৱ
ఉదాహరణ :
লোভ ত্যাগ কৰিব পাৰিলে সুখেই সুখ উপল্্ব্ধ হয়
పర్యాయపదాలు : সুখ
అర్థం : যুদ্ধ, উপদ্রৱ, অশান্তি আদি নথকা অৱস্থা
ఉదాహరణ :
যুদ্ধৰ পিছত দেশত এতিয়া শান্তি
అర్థం : ধ্বনিহীন বা শান্ত হোৱা অৱস্থা বা ভাব
ఉదాహరణ :
আন্ধাৰ ৰাতিটোত নিস্তব্ধতা বিৰাজ কৰি আছিল
పర్యాయపదాలు : নিস্তব্ধতা, নিৰবতা, নীৰৱতা, শ্্ব্দহীনতা