సభ్యుడిగా అవ్వండి
పేజీ చిరునామా క్లిప్బోర్డ్కి కాపీ చేయబడింది.
అర్థం : গছ আদিৰ গা-গছৰ পৰা ইফালে-সিফালে ওলোৱা অংগ
ఉదాహరణ : লʼৰা-ছোৱালীবোৰে আমগছৰ ডালত ওলমি আছে
పర్యాయపదాలు : ডাল, ডাল-পাত, ডালি, পল্লৱাধাৰ, বৃক্ষশাখা, শাখা-প্রশাখা
అర్థం : কোনো বর্গ ্বা সমষ্টিৰ যিটো ভাগ স্বয়ং সম্পূর্ণ হয়
ఉదాహరణ : এই সংস্থাৰ পাঁচটা অংগ আছে
పర్యాయపదాలు : অংগ
అర్థం : কোনো বিষয় বা সিদ্ধান্তৰ বিষয়ে একেধৰণৰ মত পোষণ কৰা লোক বা শ্রেণী
ఉదాహరణ : জৈন ধর্মৰ অন্তর্গত ্দুটা শাখা আছে- দিগম্বৰ আৰু শ্বেতাম্বৰ
పర్యాయపదాలు : সম্প্রদায়
ఆప్ స్థాపించండి