పేజీ చిరునామాను కాపీ చేయండి ట్విట్టర్‌లో భాగస్వామ్యం చేయండి వాట్సాప్‌లో భాగస్వామ్యం చేయండి ఫేస్బుక్లో భాగస్వామ్యం చేయండి
గూగుల్ ప్లే లో పొందండి
ఉదాహరణలు, పర్యాయపదాలు మరియు వ్యతిరేక పదాలతో অসমীয়া నిఘంటువు నుండి শতক అనే పదం యొక్క అర్థం.

শতক   বিশেষ্য

అర్థం : নব্বৈৰ লগত দহ যোগ কৰিলে পোৱা সংখ্যা

ఉదాహరణ : দহৰ দহ গুণ এশ

పర్యాయపదాలు : এশ, ১০০

అర్థం : এশ বছৰ কাল

ఉదాహరణ : শতাব্দী ধৰি চলি অহা প্রথা এটাক হঠাৎ নাইকিয়া কৰিব নোৱাৰি

పర్యాయపదాలు : শতাব্দী, শতিকা

అర్థం : একে ধৰণৰ এশটা বস্তুৰ সংগ্রহ

ఉదాహరణ : সুশান্তৰ পুথি্ভঁ্ৰালত অতি কমেও দুশমান কিতাপ আছে

పర్యాయపదాలు :

అర్థం : এশৰ সমূহ বা গোট

ఉదాహరణ : আচাৰ তৈয়াৰ কৰাৰ কাৰণে ৰামদীনে এশটা আম কিনিলে

పర్యాయపదాలు : এশ, ১০০

అర్థం : অংকৰ স্থানৰ গণনাত এককৰ স্থানৰ পৰা গণনা কৰি তৃতীয় স্থানত এশৰ গুণিতকৰ বোধ জন্মা এক মান

ఉదాహరణ : ৪০৩ (চাৰিশ তিনি)-ত শতকৰ স্থানত চাৰি আছে