అర్థం : যʼত প্রভাৱ থাকে
ఉదాహరణ :
তেওঁ ্প্রভাৱশালী কন্ঠেৰে এই কামটো আজিয়েই হʼব লাগিব বুলি কʼলে
పర్యాయపదాలు : প্রভাৱশালী
అర్థం : যাৰ বল বা শক্তি আছে
ఉదాహరణ :
অশোক এজন শক্তিশালী ৰজা আছিল তেওঁ ্জোৰদাৰ অভিনয় কৰিলে
పర్యాయపదాలు : জোৰদাৰ
అర్థం : যাৰ বহুত বেছি প্রতাপ থাকে
ఉదాహరణ :
ৰাবন এজন প্রতাপী ৰজা আছিল
పర్యాయపదాలు : প্রতাপশালী, প্রতাপী, বিক্রমী
అర్థం : অত্যন্ত পৰাক্রমী
ఉదాహరణ :
চিকন্দৰ শক্তিমন্ত ৰজাসকলৰ ভিতৰত এজন
పర్యాయపదాలు : অপ্রতিহত, বিক্রমশালী, শক্তিমন্ত, ্দুর্জয়, ্পৰাক্রমী