పేజీ చిరునామాను కాపీ చేయండి ట్విట్టర్‌లో భాగస్వామ్యం చేయండి వాట్సాప్‌లో భాగస్వామ్యం చేయండి ఫేస్బుక్లో భాగస్వామ్యం చేయండి
గూగుల్ ప్లే లో పొందండి
ఉదాహరణలు, పర్యాయపదాలు మరియు వ్యతిరేక పదాలతో অসমীয়া నిఘంటువు నుండి শক্তি అనే పదం యొక్క అర్థం.

শক্তি   বিশেষ্য

అర్థం : কোনো কাম আদি কৰিবৰ কাৰণে ব্যৱহাৰ হোৱা শক্তি

ఉదాహరణ : সূর্য শক্তিৰ বহুত ডাঙৰ উৎস

పర్యాయపదాలు : এনার্জি, ক্ষমতা, তেজ

అర్థం : শৰীৰৰ বল

ఉదాహరణ : সুষম আহাৰ খাবলৈ নাপালে শক্তি কমি যায়

పర్యాయపదాలు : জোৰ, শকতি, শাৰীৰিক বল, শাৰীৰিক শক্তি

అర్థం : প্রাকৃতিক ভাণ্ডাৰ

ఉదాహరణ : বিজুলীশক্তিৰ উৎপাদন প্রাকৃতিক শক্তিৰ পৰা কৰা হয়

అర్థం : তন্ত্রত বর্ণিত এগৰাকী অধিষ্ঠাত্রী দেৱী যাৰ উপাসনা কৰা সকলক শাক্ত বুলি কোৱা হয়

ఉదాహరణ : প্রাচীন কালৰ পৰা শক্তিৰ উপাসনা চলি আহিছে

అర్థం : ক্ষমতাৰে পৰিপূর্ণ ্হোৱা অৱস্থা বা ভাব

ఉదాహరణ : আপোনাৰ ক্ষমতাৰ কাৰণে এই কামটো হৈ উঠিল

పర్యాయపదాలు : ক্ষমতা, সামর্থ্য

అర్థం : কোনোৱে কিবা কৰিব পৰাৰ যোগ্যতা

ఉదాహరణ : কিছুমান মানুহে নিজৰ অধিকাৰৰ অপব্যৱহাৰ কৰে

పర్యాయపదాలు : অধিকাৰ

అర్థం : হেঁ্চা প্রয়োগ কৰাৰ ফলস্বৰূপে উৎপন্ন হোৱা শক্তি

ఉదాహరణ : পানীৰ অত্যধিক চাপৰ কাৰণে বান্ধটো ভাঙিল

పర్యాయపదాలు : চাপ

అర్థం : যিয়ে শাৰীৰিক কার্যৰ ় দ্বাৰা ক্রিয়াত্মক ৰূপত নিজৰ প্রভাৱ দেখুৱায়

ఉదాహరణ : এই কামটোৰ শেষত আপোনাৰ শক্তিৰ উমান পোৱা যাব

పర్యాయపదాలు : জোৰ, তেজ, পৰাক্রম, বল, শকতি