సభ్యుడిగా అవ్వండి
పేజీ చిరునామా క్లిప్బోర్డ్కి కాపీ చేయబడింది.
అర్థం : শৰীৰৰ বল
ఉదాహరణ : সুষম আহাৰ খাবলৈ নাপালে শক্তি কমি যায়
పర్యాయపదాలు : জোৰ, শক্তি, শাৰীৰিক বল, শাৰীৰিক শক্তি
అర్థం : কিবা কৰিব পৰা শক্তি
ఉదాహరణ : তোৰ শকতি নো কিমান যে মই তোক দেখি ভয় খাম
పర్యాయపదాలు : সামর্থ্য
అర్థం : যিয়ে শাৰীৰিক কার্যৰ ় দ্বাৰা ক্রিয়াত্মক ৰূপত নিজৰ প্রভাৱ দেখুৱায়
ఉదాహరణ : এই কামটোৰ শেষত আপোনাৰ শক্তিৰ উমান পোৱা যাব
పర్యాయపదాలు : জোৰ, তেজ, পৰাক্রম, বল, শক্তি
ఆప్ స్థాపించండి