సభ్యుడిగా అవ్వండి
పేజీ చిరునామా క్లిప్బోర్డ్కి కాపీ చేయబడింది.
అర్థం : লৰি থকা কার্য
ఉదాహరణ : মোৰ সোঁ চকুটো লৰাৰ কাৰণে বৰ অশান্তিত আছোঁ
అర్థం : চলমান কৰোৱা বা দুলন কার্য
ఉదాహరణ : ঢৌবোৰ তাৰ আগে-পিছে দুলি আছিল
పర్యాయపదాలు : জোকাৰি দিয়া, জোলা, দুলা, দুলি থকা, হেন্দোলা
అర్థం : কোনো অংগৰ হঠাৎ স্পন্দন হোৱা
ఉదాహరణ : মোৰ চকুদুটা কঁপিছে
పర్యాయపదాలు : কঁ্পা
అర్థం : নিজৰ স্থানৰ পৰা অলপ ইফাল-সিফাল হোৱা
ఉదాహరణ : বতাহত পাতবোৰ লৰিছে
పర్యాయపదాలు : লৰচৰ কৰা
ఆప్ స్థాపించండి