సభ్యుడిగా అవ్వండి
పేజీ చిరునామా క్లిప్బోర్డ్కి కాపీ చేయబడింది.
అర్థం : পানী বৈ যোৱা সৰু পথ বা সৰু জান
ఉదాహరణ : জাবৰ-জোথৰ উটি অহাৰ ফলত নর্দম্াৰ মুখখন বন্ধ হৈ গʼল
పర్యాయపదాలు : নর্দম্া, নলা, নলী
అర్థం : জলসিঞ্চন, যাত্রা আদিৰ কাৰণে সৰু নদীৰ নিচিনাকৈ ব্যৱস্থা কৰি লোৱা জলপথ
ఉదాహరణ : পাহাৰীয়া ঠাইত জান কাটি উলিওৱাটো কঠিন
పర్యాయపదాలు : জান, নলা
అర్థం : পানী জমা হʼবলৈ গছ বা উদ্ভিদৰ গুৰিত ঘূৰণীয়া কৰি খন্দা খাল
ఉదాహరణ : তেওঁ ্গছত পানী দিবৰ কাৰণে লোৰ বনাইছে
ఆప్ స్థాపించండి