అర్థం : জনসাধাৰণ বিশেষকৈ গ্রাম্যলোকৰ মাজত প্রচলিত গাথা বা কাহিনী
ఉదాహరణ :
সৰুতে আইতাৰ পৰা সাধু শুনিবলৈ খুউব জোৰ কৰিছিলো
పర్యాయపదాలు : গল্প, লোক কথা, লোক কাহিনী, সাধু
అర్థం : লোক পৰম্পৰা অনুসৰি চলি অহা কথা, কিন্তু যাৰ কোনো সঠিক বা যাৱতীয় প্রমাণ নাথাকে
ఉదాహరణ :
এই মন্দিৰটোক লৈ ভালেমান লোককথা প্রচলিত হৈ আহিছে
పర్యాయపదాలు : কিম্বদন্তী, জনপ্রবাদ, লোকপ্রবাদ