పేజీ చిరునామాను కాపీ చేయండి ట్విట్టర్‌లో భాగస్వామ్యం చేయండి వాట్సాప్‌లో భాగస్వామ్యం చేయండి ఫేస్బుక్లో భాగస్వామ్యం చేయండి
గూగుల్ ప్లే లో పొందండి
ఉదాహరణలు, పర్యాయపదాలు మరియు వ్యతిరేక పదాలతో অসমীয়া నిఘంటువు నుండి লোক అనే పదం యొక్క అర్థం.

লোক   বিশেষ্য

అర్థం : এজনতকৈ অধিক ব্যক্তি

ఉదాహరణ : জনতাৰ মংগলৰ অর্থে ্কাম কৰা উচিত

పర్యాయపదాలు : জনগণ, জনতা, জনমানস

అర్థం : পৃথিৱীত থকা লোক

ఉదాహరణ : মহাত্মা গান্ধীক সকলো জনতাই সন্মান কৰে

పర్యాయపదాలు : জগত, জনতা, জনসাধাৰণ, বিশ্ব, সংসাৰ, ৰাইজ

అర్థం : যি ঠাইত আমি প্রাণীবোৰে বাস কৰো

ఉదాహరణ : সংসাৰত জন্মিলে এদিন মৰিবই লাগিব

పర్యాయపదాలు : ইহজগত, ইহলোক, জগত, জাহান, জীৱলোক, দুনীয়া, ধৰাতল, নৰলোক, পৃথিৱী, পৃথিৱীলোক, বসুধা, বিশ্ব, ভুৱন, ভৱসাগৰ, মনুষ্যলোক, মর্ত্যলোক, মৰজগত, সংসাৰ, সৃষ্টি

అర్థం : মনুষ্য জাতি বা সমূহৰ মাজৰ কোনো এজন

ఉదాహరణ : সকলো ব্যক্তিৰে পচন্দ বেলেগ-বেলেগ হয় এই গাড়ীখনত মাথোন দুজন ব্যক্তিহে বহিব পাৰিব

పర్యాయపదాలు : জন, ব্যক্তি, মানুহ

అర్థం : নিজৰ জ্ঞান-বুদ্ধিৰ কাৰণে সকলো প্রাণীৰ ওপৰত প্রভাৱ বিস্তাৰ কৰা সেই দ্বি-পদী প্রাণী যাৰ ভিতৰত আমি, আপুনি আৰু সকলোৱেই পৰোঁ:মানুহ নিজৰ জ্ঞান-বুদ্ধিৰ কাৰণেই সকলো প্রাণীতকৈ শ্রেষ্ঠ

ఉదాహరణ :

పర్యాయపదాలు : ইনসান, জন, নৰ, নৰ-মনিচ, মনিচ, মনুজ, মনুষ্য, মর্ত্ত্য, মানুহ, মানৱ