సభ్యుడిగా అవ్వండి
పేజీ చిరునామా క్లిప్బోర్డ్కి కాపీ చేయబడింది.
అర్థం : কোনো বস্তুৰ গাঢ় আঠালেটীয়া ৰূপ
ఉదాహరణ : তেওঁ বেৰত ্মাটিৰ লেও লগাই আছিল
పర్యాయపదాలు : পেষ্ট, লেও
అర్థం : লিপা কার্য ্বা ভাব
ఉదాహరణ : শস্য থোৱাৰ আগতে ভঁ্ৰালৰ লেপন কৰা হয়
అర్థం : লেওৰ দৰে কোনো বস্তুক কোনো তল বা পৃষ্ঠৰ ওপৰত লগোৱা
ఉదాహరణ : বেৰৰ লেপন শেষ হৈ গৈছে
పర్యాయపదాలు : অনুলেপন, প্লাষ্টাৰ
అర్థం : প্ৰলেপিত কৰা কাৰ্য
ఉదాహరణ : ঘৰটোৰ প্ৰলেপ লগোৱা হৈছে
పర్యాయపదాలు : প্ৰলেপ
అర్థం : ঘা আদিৰ ওপৰত লগোৱা ঔষধৰ লেপন
ఉదాహరణ : তেওঁ ্ঘা-ডোখৰত ঔষধৰ লেপন লগাই আছে
పర్యాయపదాలు : লেপ
అర్థం : কোনো বস্তুৰ পৃষ্ঠ ভাগত অন্য কোনো বস্তু সনা কার্য
ఉదాహరణ : কুমাৰে টেকেলিটোত মাটিৰ প্রলেপ লগাই আছে
పర్యాయపదాలు : প্রলেপ, লেও
ఆప్ స్థాపించండి