పేజీ చిరునామాను కాపీ చేయండి ట్విట్టర్‌లో భాగస్వామ్యం చేయండి వాట్సాప్‌లో భాగస్వామ్యం చేయండి ఫేస్బుక్లో భాగస్వామ్యం చేయండి
గూగుల్ ప్లే లో పొందండి
ఉదాహరణలు, పర్యాయపదాలు మరియు వ్యతిరేక పదాలతో অসমীয়া నిఘంటువు నుండి লেতেৰা అనే పదం యొక్క అర్థం.

লেতেৰা   বিশেষ্য

అర్థం : কোনো বস্তুৰ পৰা ওলোৱা বা তাৰ ওপৰত জমা হোৱা তৰপ বা ধূলি

ఉదాహరణ : কাপোৰৰ পৰা ময়লা গুচাবলৈ হʼলে চাবোনেৰে ধুব লাগে

పర్యాయపదాలు : মল, ময়লা

লেতেৰা   বিশেষণ

అర్థం : যাৰ চাল-চলন বা ঢং, স্বভাৱ আদি ভাল নহয়

ఉదాహరణ : বেয়া লʼৰা-ছোৱালীৰ লগত নেখেলিবা

పర్యాయపదాలు : বেয়া

అర్థం : যিটো পৰিষ্কাৰ নহয় বা যʼত কিবা দোষ দেখা পোৱা যায়

ఉదాహరణ : স্কুললৈ লেতেৰা কাপোৰ পিন্ধি যাব নালাগে তেওঁৰ মনটো মলিন হৈ আছে

పర్యాయపదాలు : অনুজ্জ্বল, অপৰিচ্ছন্ন, অপৰিষ্কাৰ, অপৰিষ্কৃত, আবিল, কলুষিত, ক্লেদাক্ত, খেহেটা, ঘোলা, নাগলি, নিষ্প্রভ, মলিন, মলিয়ন, লেতেৰ-পেতেৰ, লেতেৰা-পেতেৰা

అర్థం : যিটোৰ শোধন কৰা হোৱা নাই

ఉదాహరణ : অশোধিত পানী স্বাস্থ্যৰ পক্ষে ক্ষতিকাৰক

పర్యాయపదాలు : অপৰিষ্কৃত, অশুদ্ধ, অশোধিত, অসংশোধিত