అర్థం : কোনো বস্তু আদিত সানমিহলি হৈ পৰা
ఉదాహరణ :
যুদ্ধ ভূমিত যোদ্ধাবোৰৰ শৰীৰ তেজেৰে লুতুৰি-পুতুৰি হৈ আছিল
అర్థం : সম্পূর্ণৰূপে ভিজা বা তিতা
ఉదాహరణ :
জংঘলত তেজেৰে লুতুৰি-পুতুৰি এটা শৱ পৰি আছে
పర్యాయపదాలు : টেপটেপীয়া, লুতুৰ-পুতুৰ