పేజీ చిరునామాను కాపీ చేయండి ట్విట్టర్‌లో భాగస్వామ్యం చేయండి వాట్సాప్‌లో భాగస్వామ్యం చేయండి ఫేస్బుక్లో భాగస్వామ్యం చేయండి
గూగుల్ ప్లే లో పొందండి
ఉదాహరణలు, పర్యాయపదాలు మరియు వ్యతిరేక పదాలతో অসমীয়া నిఘంటువు నుండి লুটা అనే పదం యొక్క అర్థం.

লুটা   বিশেষ্য

అర్థం : লুটপাত কৰা কার্য ্বা ভাব

ఉదాహరణ : ডকাইতে মহাজনৰ ঘৰ লুটাৰ পিছত আৰামত গুচি গʼল

লুটা   ক্ৰিয়া

అర్థం : অনুচিতভাৱে লোৱা

ఉదాహరణ : আজিকালি লʼৰা-ছোৱালীৰ প্রৱেশৰ কাৰণে বৰঙণিৰ নামত শিক্ষা সংস্থা সমূহে লুটিছে

అర్థం : বহুত দাম লোৱা

ఉదాహరణ : আজিকালিৰ দোকানীয়ে গ্রাহকক প্রায়েই ঠগে

పర్యాయపదాలు : ঠগা

అర్థం : কাৰোবাক অত্যধিক খৰচ কৰোৱা

ఉదాహరణ : সুনীলে নতুন চাকৰি পোৱাৰ খবৰটো পোৱাৰ পিছত লগৰীয়াসকলে অভ্যর্থ্্নাৰ নামত ্তেওঁক খুউব লুটিলে

అర్థం : ডকা-হকা দি বা বলপূর্বক্্ভাৱে কোনো বস্তু লৈ যোৱা কার্য

ఉదాహరణ : আমাৰ চহৰত এজন মহাজনক লুটিলে

పర్యాయపదాలు : লুটপাত কৰা