సభ్యుడిగా అవ్వండి
పేజీ చిరునామా క్లిప్బోర్డ్కి కాపీ చేయబడింది.
అర్థం : অক্ষৰ বর্ণৰ চিহ্ন
ఉదాహరణ : এই শিলটোৰ ওপৰত ব্রাহ্মীলিপিত কিবা লিখা হয়
అర్థం : লিখা কামত ব্যৱহৃত শৈলী
ఉదాహరణ : বিশ্বত বিভিন্ন প্রকাৰৰ লিখন শৈলী পোৱা যায়
పర్యాయపదాలు : অক্ষৰশৈলী, লিখন শৈলী, লিপি শৈলী
అర్థం : চিহ্নৰ দ্বাৰা ধ্বনি বা কোনো বিষয়ৰ লিখিত ৰূপক ব্যক্ত কৰা বিশেষ পদ্ধতি
ఉదాహరణ : হিন্দী ভাষা দেৱনাগৰী লিপিত লিখা হয়
ఆప్ స్థాపించండి