సభ్యుడిగా అవ్వండి
పేజీ చిరునామా క్లిప్బోర్డ్కి కాపీ చేయబడింది.
అర్థం : কোনো বস্তুৰ ওপৰত কোনো ধৰণৰ প্ৰলেপ এৰাব নোৱাৰাকৈ লগোৱা কাৰ্য
ఉదాహరణ : দীপাৱলীৰ সময়ত ঘৰবোৰ ৰং আদিৰে লিপা হয়
పర్యాయపదాలు : লেপন দিয়া
అర్థం : কোনো ভিজা বস্তুৰ পাতল লেপন লগোৱা কাৰ্য
ఉదాహరణ : ভঁৰাল ঘৰটো গোবৰেৰে লিপিছে
అర్థం : গুলি লোৱা বস্তুৰে পাতলকৈ দিয়া লেপন
ఉదాహరణ : তেওঁ ্ গোবৰেৰে ঘৰ লিপিছে
పర్యాయపదాలు : মচা, লিচা, লেও দিয়া, লেপন দিয়া, লেপা
అర్థం : লেপ লগাই থোৱা
ఉదాహరణ : তেওঁ ্ছাঁই লিপি থোৱা বাচনবোৰ ধুই আছে
పర్యాయపదాలు : লিপি থোৱা, লিপ্ত
ఆప్ స్థాపించండి