పేజీ చిరునామాను కాపీ చేయండి ట్విట్టర్‌లో భాగస్వామ్యం చేయండి వాట్సాప్‌లో భాగస్వామ్యం చేయండి ఫేస్బుక్లో భాగస్వామ్యం చేయండి
గూగుల్ ప్లే లో పొందండి
ఉదాహరణలు, పర్యాయపదాలు మరియు వ్యతిరేక పదాలతో অসমীয়া నిఘంటువు నుండి লিংগ అనే పదం యొక్క అర్థం.

লিংগ   বিশেষ্য

అర్థం : শিৱ বা মহাদেৱৰ লিংগ যাৰ পূজা কৰা হয়

ఉదాహరణ : পুৰাতন কালত শিৱলিংগৰ পূজা কৰা হয়

పర్యాయపదాలు : শিৱ লিংগ, শিৱলিংগ

అర్థం : পুৰুষ আৰু স্ত্রীৰ প্রভেদ নি্র্ণয় কৰিবলৈ ব্যাকৰণত সংজ্ঞায়িত কৰা শ্্ব্দ বিশেষ বা যিহৰ দ্বাৰা পুৰুষ আৰু স্ত্রীৰ প্রভেদৰ বিষয়ে অৱগত হʼব পাৰি

ఉదాహరణ : হিন্দীত দুই প্রকাৰৰ লিংগ থকাৰ বিপৰীতে সংস্কৃতত তিনি প্রকাৰৰ লিংগ পোৱা যায়

పర్యాయపదాలు : লিঙ্গ