పేజీ చిరునామాను కాపీ చేయండి ట్విట్టర్‌లో భాగస్వామ్యం చేయండి వాట్సాప్‌లో భాగస్వామ్యం చేయండి ఫేస్బుక్లో భాగస్వామ్యం చేయండి
గూగుల్ ప్లే లో పొందండి
ఉదాహరణలు, పర్యాయపదాలు మరియు వ్యతిరేక పదాలతో অসমীয়া నిఘంటువు నుండి লালসা అనే పదం యొక్క అర్థం.

লালসা   বিশেষ্য

అర్థం : কাৰোবাক লোভ দেখুৱাই নিজৰ ফলীয়া কৰা কোনো কথা বা কাম

ఉదాహరణ : কান্দি থকা শিশুটোক প্রলোভন জৰিয়তে সহজে শান্ত কৰিব পৰা যায়

పర్యాయపదాలు : প্রলোভন

అర్థం : কিবা পাবৰ কাৰণে মনত উপজা অত্যধিক ইচ্ছা বা আগ্রহ যাক অনুচিত হিচাপে বিবেচনা কৰা হয়

ఉదాహరణ : যিকোনো বস্তুৰ প্রতি অত্যধিক লোভ ভাল নহয়

పర్యాయపదాలు : প্রলোভ, মোহ, লালচ, লিপ্সা, লোভ

అర్థం : প্রবল অভিলাষ বা তীব্র ইচ্ছা

ఉదాహరణ : মানুহৰ উৰাৰ প্রতি থকা লালসাৰ কাৰণেই উৰা জাহাজৰ আৱিষ্কাৰ হৈছিল