పేజీ చిరునామాను కాపీ చేయండి ట్విట్టర్‌లో భాగస్వామ్యం చేయండి వాట్సాప్‌లో భాగస్వామ్యం చేయండి ఫేస్బుక్లో భాగస్వామ్యం చేయండి
గూగుల్ ప్లే లో పొందండి
ఉదాహరణలు, పర్యాయపదాలు మరియు వ్యతిరేక పదాలతో অসমীয়া నిఘంటువు నుండి লাভ কৰা అనే పదం యొక్క అర్థం.

লাভ কৰা   ক্ৰিয়া

అర్థం : কোনো কামত লগাতকৈ বেছি উপার্জন ্কৰা

ఉదాహరణ : তেওঁ ফলমূলৰ ব্যৱসায়ৰ যোগেদি বহুত লাভ কৰিছে

పర్యాయపదాలు : লাভ অর্জন ্কৰা, লাভান্বিত হোৱা

అర్థం : কোনা প্রতিযোগিতা, পৰীক্ষা আদিত কোনো মূল্যাঙ্কন, স্থান আদি লাভ কৰা

ఉదాహరణ : এই খেলত মই প্রথম স্থান লাভ কৰিলোঁ

పర్యాయపదాలు : পোৱা

అర్థం : কোনো প্রকাৰে নিজৰ অধিকাৰলৈ অহা

ఉదాహరణ : মই ৰামৰ পৰা এশ টকা পালোঁ

పర్యాయపదాలు : পোৱা

అర్థం : কোনোবাই পঠোৱা বা কʼৰবাৰ পৰা অহা কোনো বস্তু প্রাপ্তি

ఉదాహరణ : তিনি সপ্তাহ আগতেই পঠোৱা চিঠিখন মোৰ ওচৰ এতিয়াও পোৱাহি নাই

పర్యాయపదాలు : আহি পোৱা, পোৱা

అర్థం : নিজৰ অধিকাৰ সাব্যস্ত কৰা

ఉదాహరణ : অশোকে কলিংগত জয় লাভ কৰিছিল

పర్యాయపదాలు : পোৱা, প্রাপ্ত কৰা

అర్థం : প্রাপ্ত হোৱা বা পোৱা কার্য

ఉదాహరణ : তেওঁৰ ্ হেৰুৱা বস্তুটো পালেনে নাই মই বহুত ধন লাভ কৰিলো

పర్యాయపదాలు : পোৱা, প্রাপ্তি ঘটা

అర్థం : পায় যোৱা

ఉదాహరణ : এই কাম কৰি মই অত্যাধিক প্রসন্নতা পালো

పర్యాయపదాలు : পোৱা