అర్థం : যি বৰ দৰকাৰী বা ডাঙৰ নহয়, অর্থাৎ সাধাৰণ আৰু সৰু
ఉదాహరణ :
তেওঁ সৰু-সুৰা কাম কৰি নিজৰ পৰিয়াল চলাই আছে
పర్యాయపదాలు : সৰু-সুৰা
అర్థం : যি অদৰকাৰেৰে পূর্ণ
ఉదాహరణ :
অদৰকাৰী কথাবোৰ কৈ নাথাকিবা
పర్యాయపదాలు : অদৰকাৰী, অনাৱশ্যকীয়, অলাগতিয়াল, অলাগতীয়া অপ্রয়োজনীয়, অসংগত, নলগা-, যা-তা