అర్థం : লাটভিয়াৰ লোকসকলৰ ভাষা
ఉదాహరణ :
তোমাৰ বাবে লাটভিয়ান শিকি লোৱা ভাল হʼব
పర్యాయపదాలు : লাটভিয়ান ভাষা
అర్థం : লাটভিয়াৰ অধিবাসী
ఉదాహరణ :
সন্মিলনখনিৰ শুভাৰম্ভ লাটভিয়াবাসীকেইজনে কৰিলে
పర్యాయపదాలు : লাটভিয়া বাসী, লাটভিয়া-বাসী, লাটভিয়াবাসী
అర్థం : লাটভিয়া সম্বন্ধী বা লাটভিয়াৰ
ఉదాహరణ :
ইয়ান লাটভিয়ান কলাৰ প্রদর্শনী চলিছে
అర్థం : লাটভিয়ান ভাষা সম্বন্ধী বা লাটভিয়ান ভাষাৰ
ఉదాహరణ :
লাটভিয়ান সংবাদ পত্রত ছপা হোৱা সংবাদৰ ওপৰত চর্চা চলি আছে