పేజీ చిరునామాను కాపీ చేయండి ట్విట్టర్‌లో భాగస్వామ్యం చేయండి వాట్సాప్‌లో భాగస్వామ్యం చేయండి ఫేస్బుక్లో భాగస్వామ్యం చేయండి
గూగుల్ ప్లే లో పొందండి
ఉదాహరణలు, పర్యాయపదాలు మరియు వ్యతిరేక పదాలతో অসমীয়া నిఘంటువు నుండి লাগি ধৰা అనే పదం యొక్క అర్థం.

লাগি ধৰা   ক্ৰিয়া

అర్థం : আঠাজাতীয় বস্তুৰ সৈতে কোনো দুটা বস্তু পৰস্পৰ লগলাগি যোৱা

ఉదాహరణ : কাগজখন কাঠডালত লাগি ধৰিল

పర్యాయపదాలు : আঁট ্খোৱা

అర్థం : শৰীৰৰ কোনো শিৰা, পেশী আদি জঠৰ হোৱা

ఉదాహరణ : মোৰ ডিঙিটো টানি ধৰিছে

పర్యాయపదాలు : টানি ধৰা, পাক খোৱা, মোচোকা খোৱা

అర్థం : দুটা বস্তু এক কৰিবলৈ পৰস্পৰৰ পিঠি বা তল লগ লগোৱা

ఉదాహరణ : শিশুটোৱে ভয় খাই মাকৰ কোলাত লিপিট খাই ধৰিলে শল্য চিকিৎসাৰ দ্বাৰা তেওঁৰ ্ কটা আঙুলিটো লগ লাগিল

పర్యాయపదాలు : আঠা লগা, লগ লগা, লিপিট খোৱা, সাবটি ধৰা

লাগি ধৰা   বিশেষণ

అర్థం : যি ওলমি পৰিছে

ఉదాహరణ : দীপকে গছত লাগি ধৰা চিলাখন এৰোৱাই আছে

పర్యాయపదాలు : ওলমি থকা, ফাঁচ লগা