అర్థం : কার্য আদিত ৰত হোৱা
ఉదాహరణ :
ৰত্নাই দিনটো মিঠাই বনোৱাত লাগি আছে
పర్యాయపదాలు : ব্যস্ত হোৱা, লগা
అర్థం : কোনো কাম আদিত ভালদৰে নিমগ্ন হোৱা
ఉదాహరణ :
তুমি নিজৰ কাম কৰা, সফলতা নিশ্চয় এদিন আহিব
పర్యాయపదాలు : কৰা
అర్థం : কামত লিপ্ত হোৱা
ఉదాహరణ :
মই দিনটো এই প্রশ্নটোতে লাগি থাকিলো