సభ్యుడిగా అవ్వండి
పేజీ చిరునామా క్లిప్బోర్డ్కి కాపీ చేయబడింది.
అర్థం : যি লিপিত লাও ভাষা লিখা হয়
ఉదాహరణ : লাওৰ মুদ্রণ স্পষ্ট হোৱা নাই
పర్యాయపదాలు : লাও লিপি
అర్థం : থাইলেণ্ড তথা লাওচ দেশৰ মেকং নদীৰ পাৰত বসতি কৰা বৌদ্ধ লোকৰ ভাষা
ఉదాహరణ : বৌদ্ধ ভিক্ষুকসকলে লাওত কিবা কথা কৈ আছে
పర్యాయపదాలు : লাও ভাষা, লাও-ভাষা
అర్థం : লাও ভাষাৰ সৈতে সম্বন্ধ থকা বা লাও ভাষাৰ
ఉదాహరణ : লাও গ্রন্থবোৰৰ পৰা তেওঁ বুদ্ধৰ বিষয়ত অধিক জ্ঞান আহৰণ কৰিবৰ কাৰণে প্রচেষ্টা চলাই আছে
అర్థం : লাওচৰ সৈতে সম্বন্ধ থকা বা লাওচৰ
ఉదాహరణ : সঞ্জনাই লাও সংস্কৃতি বৰ ভাল পায়
పర్యాయపదాలు : লাওচিয়ান
ఆప్ స్థాపించండి