సభ్యుడిగా అవ్వండి
పేజీ చిరునామా క్లిప్బోర్డ్కి కాపీ చేయబడింది.
అర్థం : মানুহ বা বাহনৰ পংক্তি যি কাৰোবাৰ বা কিহবাৰ বাবে প্রতীক্ষা কৰি আছে
ఉదాహరణ : শাৰী ভাঙি যাত্রী নিয়া চালকক বহুত পিটন দিলে
పర్యాయపదాలు : পংক্তি, শাৰী
అర్థం : এটাৰ পিছত এটাকৈ একেধৰণৰ বস্তু, ব্যক্তি বা জীৱই চিধাকৈ থকা নিয়ম
ఉదాహరణ : ৰেচনৰ দোকানত মানুহে শাৰী পাতি আছিল মানুহে লাইন পাতি বহি খাই আছিল
పర్యాయపదాలు : লান, লানি, লালী, শাৰী, শৃংখলা
ఆప్ స్థాపించండి