సభ్యుడిగా అవ్వండి
పేజీ చిరునామా క్లిప్బోర్డ్కి కాపీ చేయబడింది.
అర్థం : যাৰ স্বভাৱগতভাৱে অলপতে লাজ লাগে
ఉదాహరణ : কেতিয়াবা লাজুক ব্যক্তিয়ে লাজৰ কাৰণেই নিজৰ কথা কʼব নোৱাৰে
పర్యాయపదాలు : লজুৱা, লজ্জাবান, লাজকুৰীয়া, লাজুক
అర్థం : সংকোচ বা লাজ কৰোতা বা যʼত সংকোচ আছে
ఉదాహరణ : মোহন বহুত লাজকুৰীয়া স্বভাৱৰ লʼৰা
పర్యాయపదాలు : লাজকুৰীয়া
ఆప్ స్థాపించండి