అర్థం : লগোৱা কার্য
ఉదాహరణ :
গছপুলি কেৱল লগোৱাটোৱেই আৱশ্যকীয় নহয় বৰঞ্চ তাৰ চোৱা-চিতা কৰাটো অতি জৰুৰী
అర్థం : কোনো বস্তু লগোৱা বা স্থাপন কৰা কার্য
ఉదాహరణ :
দূৰভাষ লগাওতে অধিক সময় নালাগিব
అర్థం : পৰস্পৰৰ মাজত এনেভাৱে মিলিত হোৱা যাতে দুজনৰ পৃষ্ঠ বা তল পৰস্পৰৰ গাত লাগি যায়
ఉదాహరణ :
তুমি নিজৰ শৰীৰটো মোৰ গাত নলগাবা
అర్థం : বেজী-সূতা আদিৰে কোনো ডাঙৰ বস্তুত সৰু বস্তু জোৰা দিয়া
ఉదాహరణ :
লতাই কুর্তাটোত বুটাম লগাই আছে
పర్యాయపదాలు : চিলাই কৰা, জোৰা লগোৱা, সীওৱা, সীৱন কৰা
అర్థం : কোনো বস্তু আদিত কোনো বস্তু বহুওৱা
ఉదాహరణ :
সোণাৰীয়ে সোণৰ আঙঠিত হীৰা লগাইছে
పర్యాయపదాలు : খটোৱা
అర్థం : এটা বস্তুৰ ওপৰত অন্য কোনো এটা বস্তু মেৰিয়াই দিয়া বা জাপি দিয়া
ఉదాహరణ :
সেউজীয়া ৰঙটোৰ ওপৰত ৰঙা ৰং লগাইছে
పర్యాయపదాలు : অভিলেপ কৰা, চৰোৱা
అర్థం : কোনো সঠিক ঠাইত উপনীত কৰোৱা
ఉదాహరణ :
ড্রাইভাৰে গাড়ীখন বাছ আস্থানত লগালেহি
అర్థం : কার্যত সংলগ্ন কৰোৱা
ఉదాహరణ :
এক একৰ খেতিৰ শষ্য কাটিবলৈ খেতিয়কে পাঁচজন মানুহ লগালে
అర్థం : কোনো বস্তুক সহজে ওলাব নোৱাৰাকৈ কʼৰবাত স্থিৰ কৰি থোৱা কার্য
ఉదాహరణ :
সৈনিকসকলে কামানটো শিলৰ ওপৰত লগালে
పర్యాయపదాలు : ওলোমাই থোৱা
అర్థం : কোনো এক বস্তুৰ ওপৰত আন কোনো বস্তু তৰপ দিয়া
ఉదాహరణ :
হিন্দুসকলে বিবাহ উপলক্ষত দৰা-কইনাৰ শৰীৰত মাহ-হালধি লগায়
పర్యాయపదాలు : লেপন লগোৱা, সনা
అర్థం : সঠিক ক্রমেৰে উচিত ঠাইত দেখিলেই ভাল লগাকৈ থোৱা অৱস্থা
ఉదాహరణ :
দোকানীয়ে দোকানত বস্তুবোৰ সজাইছে
పర్యాయపదాలు : ব্যৱস্থিত কৰা, সজোৱা
అర్థం : ছাতি, চছমা আদি ধাৰণ কৰা
ఉదాహరణ :
আজিকালি সৰু-সৰু লʼৰা-ছোৱালীয়েও চছমা লগায়
పర్యాయపదాలు : ধাৰণ কৰা
అర్థం : বিনিয়োগ কৰা
ఉదాహరణ :
তেওঁ নিজৰ বহুত ধন শ্বেয়াৰ মার্কেটত বিনিয়োগ কৰিছে
పర్యాయపదాలు : খটুৱা, বিনিয়োগ কৰা
అర్థం : কোনো বস্তুৰ ওপৰত কিবা সিয়া, লগোৱা বা জোৰা দিয়া কার্য
ఉదాహరణ :
কামিজত বুটাম লগাই দিয়া
పర్యాయపదాలు : লগাই দিয়া