పేజీ చిరునామాను కాపీ చేయండి ట్విట్టర్‌లో భాగస్వామ్యం చేయండి వాట్సాప్‌లో భాగస్వామ్యం చేయండి ఫేస్బుక్లో భాగస్వామ్యం చేయండి
గూగుల్ ప్లే లో పొందండి
ఉదాహరణలు, పర్యాయపదాలు మరియు వ్యతిరేక పదాలతో অসমীয়া నిఘంటువు నుండి লগা అనే పదం యొక్క అర్థం.

লগা   ক্ৰিয়া

అర్థం : লেকেটীয়া বস্তুৰে কোনো ঠাইৰ ওপৰত বস্তু লগোৱা কার্য

ఉదాహరణ : তেওঁ ছবিবোৰ বেৰত লগালে

పర్యాయపదాలు : আঠা লগা, লেও দিয়া

అర్థం : উদ্ভিদ আদিত ফল-ফুল লগা কার্য্য

ఉదాహరణ : এই বছৰ আম গছত সোনকালে মল লাগিছে

అర్థం : কার্য আদিত ৰত হোৱা

ఉదాహరణ : ৰত্নাই দিনটো মিঠাই বনোৱাত লাগি আছে

పర్యాయపదాలు : ব্যস্ত হোৱা, লাগি থকা

అర్థం : কোনো সঠিক ঠাইত গৈ উপনীত হোৱা

ఉదాహరణ : নাওখন নদীৰ পাৰত গৈ লাগিল

అర్థం : কোনো কামত অহা

ఉదాహరణ : এই ঘৰটো সাজিবৰ কাৰণে এশ বেগ চিমেণ্ট লাগিল

పర్యాయపదాలు : খৰচ হোৱা

అర్థం : অনুমানতকৈ বেছি প্রয়োজন হোৱা

ఉదాహరణ : এই কামটোত বহুত টকা লাগিছে

అర్థం : অনুমানৰ ভিত্তিত কিবা অনুভৱ কৰা

ఉదాహరణ : মোৰ তেওঁ ্নাহিব যেন লাগিছে

పర్యాయపదాలు : গম পোৱা, ধাৰণা কৰা

అర్థం : কোনো কামত লগা

ఉదాహరణ : বিবাহ সম্পন্ন হোৱালৈকে মোহিত কামত লাগি থাকিল

పర్యాయపదాలు : ৰত হোৱা

అర్థం : অনুভৱ হোৱা

ఉదాహరణ : মোৰ বহুত ঠাণ্ডা লাগিছে

పర్యాయపదాలు : অনুভৱ হোৱা

అర్థం : কোনো কামত দৃঢ়তাৰে লাগি থকা

ఉదాహరణ : বিবাহ ওচৰ চপাৰ লগে-লগে পৰিয়ালবর্গই প্রস্তুতিত পূর্ণোদ্যমে লাগি গʼল

పర్యాయపదాలు : লাগি যোৱা

అర్థం : কাৰোবাক আঘাত দিয়া

ఉదాహరణ : তেওঁ ্মোক পেনৰ নিব লগালে

అర్థం : আঘাত বা কষ্ট পোৱা

ఉదాహరణ : তেওঁৰ ্ কথাই মোক বৰকৈ আঘাত কৰিলে খুঁটিটোত মোৰ ভৰিখন বৰ জোৰেৰে লাগিল

పర్యాయపదాలు : আঘাত কৰা

అర్థం : সম্বন্ধত কিবা হোৱা

ఉదాహరణ : মনোজদেৱ সম্বন্ধত মোৰ খুৰা লাগে

అర్థం : উদ্ভিদৰ শিপাই মাটিত খামুচি ধৰা

ఉదాహరణ : বাগিছাত ৰোপন কৰা দহজোপাৰ উদ্ভিদৰ ভিতৰত সাতজোপা লাগিছে

అర్థం : কোনো ভাব অৱস্থা আদিৰ উৎপন্ন হোৱা

ఉదాహరణ : আজিৰ ৰসজ্ঞ কবি সন্মিলনত বৰ আনন্দ লাগিল

লগা   বিশেষণ

అర్థం : যি কোনো কামত লাগি আছে

ఉదాహరణ : তেওঁ কৃষি কার্যত ্লাগি আছে

పర్యాయపదాలు : প্রবৃত্ত