అర్థం : কোনো বিশেষ উদ্দেশ্যত লগ হোৱা কার্য
ఉదాహరణ :
চিকিৎসকক লগ কৰাৰ পিছতহে ৰোগৰ বিষয়ে জানিব পৰা যাব
అర్థం : কাৰোবাক দেখা-সাক্ষাৎ কৰা কৰা কার্য
ఉదాహరణ :
তেওঁ চহৰত নিজৰ ্সম্পর্কীয় লোকসকলক লগ কৰিলে
పర్యాయపదాలు : সাক্ষাৎ কৰা