సభ్యుడిగా అవ్వండి
పేజీ చిరునామా క్లిప్బోర్డ్కి కాపీ చేయబడింది.
అర్థం : গৈ পোৱা ঠাই বা যি ঠাইলৈ যাবলগীয়া আছে
ఉదాహరణ : ৰঞ্জনে এতিয়াও নিজৰ গন্তব্য স্থানত গৈ পোৱাগৈ নাই
పర్యాయపదాలు : গন্তব্য, লক্ষ্য
అర్థం : নির্দিষ্ট কৰি থোৱা অন্তিম স্থান
ఉదాహరణ : দৌৰ প্রতিযোগিতাত একেলগে দুজন প্রতিযোগী গন্তব্য স্থানত উপস্থিত হʼল
పర్యాయపదాలు : গন্তব্য স্থান
ఆప్ స్థాపించండి