పేజీ చిరునామాను కాపీ చేయండి ట్విట్టర్‌లో భాగస్వామ్యం చేయండి వాట్సాప్‌లో భాగస్వామ్యం చేయండి ఫేస్బుక్లో భాగస్వామ్యం చేయండి
గూగుల్ ప్లే లో పొందండి
ఉదాహరణలు, పర్యాయపదాలు మరియు వ్యతిరేక పదాలతో অসমীয়া నిఘంటువు నుండి লক্ষ্য అనే పదం యొక్క అర్థం.

লক্ষ্য   বিশেষ্য

అర్థం : দেখা কার্য

ఉదాహరణ : তেওঁক ্ চোৱাটো মোৰ বাবে জৰুৰী নহয়

పర్యాయపదాలు : অৱলোকন, চোৱা-, দর্শন, দৃষ্টিপাত, নেত্রপাত, বিলোকন

అర్థం : গৈ পোৱা ঠাই বা যি ঠাইলৈ যাবলগীয়া আছে

ఉదాహరణ : ৰঞ্জনে এতিয়াও নিজৰ গন্তব্য স্থানত গৈ পোৱাগৈ নাই

పర్యాయపదాలు : গন্তব্য, লক্ষ্য স্থান

అర్థం : যাক লক্ষ্য হিচাপে লৈ কোনো কথা কোৱা হয়

ఉదాహరణ : তেওঁ ্মোক কিয় লক্ষ্য কৰি কথাখিনি কʼলে !

పర్యాయపదాలు : নিচান

అర్థం : কোনো কাম সম্পূর্ণ কৰিবৰ কাৰণে কৰা বিচাৰ

ఉదాహరణ : এই কামটো কৰাৰ অন্তৰালত আপোনাৰ কি উদ্দেশ্য আছে ?

పర్యాయపదాలు : অভিপ্রায়, ঈপ্সা, উদ্দেশ্য, কাৰণ, প্রয়োজন, মতলব, হেতু

అర్థం : যাক ধ্যানত ৰাখি কোনো আঘাত বা প্রহাৰ কৰা হয়

ఉదాహరణ : অর্জুনৰ ্বাণ সদায় লক্ষ্যত স্থিৰ আছিল

పర్యాయపదాలు : নিচান

అర్థం : যাৰ ওপৰত কোনো উদ্দেশ্যৰে দৃষ্টি ৰখা হয় বা উদৃষ্ট পদার্থ ্বা কথা

ఉదాహరణ : এই বছৰ ঘেঁহুৰ ্উৎপাদনৰ লক্ষ্য দহ লাখ টন ৰখা হৈছে