పేజీ చిరునామాను కాపీ చేయండి ట్విట్టర్‌లో భాగస్వామ్యం చేయండి వాట్సాప్‌లో భాగస్వామ్యం చేయండి ఫేస్బుక్లో భాగస్వామ్యం చేయండి
గూగుల్ ప్లే లో పొందండి
ఉదాహరణలు, పర్యాయపదాలు మరియు వ్యతిరేక పదాలతో অসমীয়া నిఘంటువు నుండి যোৰা అనే పదం యొక్క అర్థం.

যোৰা   বিশেষ্য

అర్థం : এজন মানুহে এবাৰত একেলগে পিন্ধা সকলো কাপোৰ

ఉదాహరణ : তেওঁ বাকচত থোৱা কাপোৰবোৰৰ মাজৰ পৰা এযোৰ কাপোৰ উলিয়াই পিন্ধিলে

పర్యాయపదాలు : যোৰ

అర్థం : কোনোধৰণৰ কামত অহা দুটা বস্তু যাক একেলগে এটা বুলি গণ্য কৰা হয়

ఉదాహరణ : মোৰ ছোৱালীজনীক বছৰত পাঁচযোৰ জোতা-চেণ্ডেল লাগে

పర్యాయపదాలు : যোৰ

అర్థం : একে ধৰণৰ দুটা বস্তু

ఉదాహరణ : পাৰৰ এই যোৰাটো ভাল

పర్యాయపదాలు : হাল

అర్థం : দুজন ব্যক্তি, বস্তু আদিৰ ইটো-সিটোৰ সৈতে সহযোগ বা সম্বন্ধ থকা

ఉదాహరణ : তেওঁলোকৰ ্যোৰা বহুত ভাল লাগে

అర్థం : নৰ আৰু নাৰীৰ একেলগে দুয়োজন

ఉదాహరణ : চিকাৰীটোৱে ক্রৌঞ্চ পক্ষীৰ যোৰাটোৰ এটাক মাৰি পেলালে

పర్యాయపదాలు : মিথুন, যুগল