సభ్యుడిగా అవ్వండి
పేజీ చిరునామా క్లిప్బోర్డ్కి కాపీ చేయబడింది.
అర్థం : সেনা বা ফৌজত থাকি যুদ্ধ কৰাজন
ఉదాహరణ : তেওঁ এজন ্ সাহসী সৈনিক
పర్యాయపదాలు : চিপাহী, জোৱান, যুঁ্জাৰু, সৈনিক, সৈন্য, ৰণুৱা
అర్థం : যিজনে যুদ্ধ কৰে
ఉదాహరణ : প্রকৃত যোদ্ধাই যুদ্ধভূমিত নিজৰ প্রাণ দিব পাৰে কিন্তু কেতিয়াও পিছ হুহকি নাহে
పర్యాయపదాలు : যুঁ্জাৰু, যুজন্তা, যুজোঁতা, যুদ্ধকর্তা, যুদ্ধকাৰী, সংগ্রামী, ৰণুৱা
అర్థం : যুঁজ কৰোঁতা, যি পলৰীয়া নহয়
ఉదాహరణ : যুঁ্জাৰু যোদ্ধা ৰণভূমিত শ্বহীদ হʼল
పర్యాయపదాలు : যুঁজন্ত্া, যুঁজোঁতা, যুঁ্জাৰু, যুদ্ধকর্তা, যুদ্ধকাৰী
ఆప్ స్థాపించండి