సభ్యుడిగా అవ్వండి
పేజీ చిరునామా క్లిప్బోర్డ్కి కాపీ చేయబడింది.
అర్థం : যি সংখ্যা কোনো সংখ্যাৰ সৈতে যোগ কৰিব পৰা যায়
ఉదాహరణ : যোজ্য সংখ্যাটোক তিনিটা বেলেগ-বেলেগ সংখ্যাৰে যোগ কৰা
పర్యాయపదాలు : যোজ্য
అర్థం : যিয়ে যোৰা দিয়ে বা মিলায়
ఉదాహరణ : এই দুয়োখন চহৰৰ মাজৰ এই পুলটো সংযোজক
పర్యాయపదాలు : সংযোজক, সমন্বয়ক
అర్థం : দুটা বহল ভূখণ্ডক লগ লগোৱা ঠেক ভূখণ্ড, যাৰ দুয়োফালে পানী থাকে
ఉదాహరణ : পানামা যোজকে উত্তৰ আৰু দক্ষিণ আমেৰিকাক সংযোগ কৰিছে
పర్యాయపదాలు : ভূমিসংকট, স্থলসংকট
అర్థం : জোৰা লগোৱা বা মিলোৱা
ఉదాహరణ : কিছুমান সমাসবদ্ধ শ্্ব্দৰ মাজত মধ্য সংযোজক চিহ্ন থাকে
పర్యాయపదాలు : সংযোগী, সংযোজক
అర్థం : যিটো যোগ দিব বা প্রযুক্ত কৰিব পৰা যায়
ఉదాహరణ : সকলো সংখ্যা কোনো নহয় কোনো সংখ্যাৰ সৈতে যোজ্য হয়
ఆప్ స్థాపించండి