అర్థం : গণিতত যুক্ত বা সংযোগ কৰা চিহ্ন
ఉదాహరణ :
এই অংকৰ প্রশ্নটোত যোগ চিনৰ বিপৰীতে বিয়োগ চিন দিছে
పర్యాయపదాలు : যোগ চিন
అర్థం : একতকৈ অধিক সংখ্যা লগ লগোৱা কার্য
ఉదాహరణ :
মুঠ অংকটোৰ যোগ কিমান হʼল ?
అర్థం : যোগশাস্ত্রত নির্দেশিত ইন্দ্রিয়ক দমন কৰিব পৰা কর্ম
ఉదాహరణ :
তেওঁ প্রতিদিন যোগসাধনা কৰে
పర్యాయపదాలు : যোগসাধনা