సభ్యుడిగా అవ్వండి
పేజీ చిరునామా క్లిప్బోర్డ్కి కాపీ చేయబడింది.
అర్థం : যি ধৰণে
ఉదాహరణ : আপুনি যেনেকৈ লʼৰাটোক গালি পাৰি আছে, এইটো উচিত হোৱা নাই
పర్యాయపదాలు : যি ধৰণে, যি প্রকাৰে
అర్థం : যি ধৰণে সম্ভৱ হয়
ఉదాహరణ : যেনেদৰেই হওক মোৰ কামটো কাইলৈ হৈ যাব লাগিব
పర్యాయపదాలు : যেনে ধৰণে, যেনেদৰে
అర్థం : যি ক্রমেৰে
ఉదాహరణ : যেনেদৰে পৰীক্ষাৰ সময় চমু চাপি আহিল তেনেদৰে, ভয় ভাবো বাঢ়ি আহিল
పర్యాయపదాలు : যিদৰে, যেনেদৰে
ఆప్ స్థాపించండి