అర్థం : মানুহে অলৌকিক আৰু অমানৱীয় বুলি বিবেচনা কৰা এক ধৰণৰ আশ্চর্যজনক ্কাম
ఉదాహరణ :
চন্দ্রকান্তাৰ কাহিনী মায়া-জালেৰে ভৰি আছে
పర్యాయపదాలు : ইন্দ্র-জাল, ইন্দ্রজাল, চমৎকাৰ, মায়া জাল, মায়া-জাল
అర్థం : দর্শকে ৰহসয্ বুজিব নোৱাৰা এক ধৰণৰ অদ্ভূত খেল
ఉదాహరణ :
যাদুকৰে যাদুৰে মিঠাই বনাই দিলে
అర్థం : কাৰোবাৰ অহিত চিন্তা কৰিবলৈ বা দেৱ-দেৱীৰ বাধা দূৰ কৰিবলৈ প্রয়োগ কৰা কোনো অলৌকিক শক্তি বা ভূত-প্রেত বিশ্বাস কৰি কৰা কাম
ఉదాహరణ :
আজিৰ বিজ্ঞানীয়ে যাদু-মন্ত্রৰ ওপৰত বিশ্বাক নকৰে
పర్యాయపదాలు : ইন্দ্রজালবিদ্যা, কুহক, কুহকবিদ্যা, টাটক-নাটক, তন্ত্র-মন্ত্র, ভেলেকী, ভেলেকীবাজী, মায়া, যাদু-মন্ত্র, যাদুবিদ্যা