సభ్యుడిగా అవ్వండి
పేజీ చిరునామా క్లిప్బోర్డ్కి కాపీ చేయబడింది.
అర్థం : সত্যৰ ভাব
ఉదాహరణ : এই কথাটোত সত্যতা আছে
పర్యాయపదాలు : বাস্তৱ, বাস্তৱিকতা, সত্যতা
అర్థం : এনে কোনো কথা যাৰ অনুভূতি বা জ্ঞান কোনো বিশেষ অৱস্থা বা কোনো কাম কৰোতে হয়
ఉదాహరణ : ধ্যান অৱস্থাতহে জীৱনৰ মূল সত্যৰ উপলব্ধি হয়
పర్యాయపదాలు : সত্য
ఆప్ స్థాపించండి