అర్థం : উজ্জ্বলতা কমি যোৱা
ఉదాహరణ :
বেয়া খবৰটো পাই তেওঁৰ মুখখন ম্লান পৰি গʼল
పర్యాయపదాలు : জঁয়্্ পৰা, নিস্তেজ হোৱা, বি্বর্ণ ্ হোৱা, মলিন হোৱা, মোলান পৰা, ম্লান পৰা, শুকাই যোৱা, শেঁত্া পৰা
అర్థం : উদ্ভিদ আদিৰ সেউজীয়া গুণ আঁতৰি যোৱা
ఉదాహరణ :
গৰমৰ কাৰণে কিছুমান উদ্ভিদ মৰহি গৈছে
పర్యాయపదాలు : লেৰেলি যোৱা