సభ్యుడిగా అవ్వండి
పేజీ చిరునామా క్లిప్బోర్డ్కి కాపీ చేయబడింది.
అర్థం : যাৰ কান্তি মাৰ গৈছে
ఉదాహరణ : মাকক দেখিয়ে পুতেকৰ ম্লান মুখ উজ্বলি উঠিল
పర్యాయపదాలు : অনুজ্জ্বল, নিষ্প্রভ, মলিন, স্তিমিত
అర్థం : যাৰ মন দুখী হৈ কোনো কথাৰ পৰা আঁতৰি গৈছে
ఉదాహరణ : তুমি চিন্তিত হৈ থকাৰ কথাটো তোমাৰ উদাস চেহেৰাটোৰ পৰাই জানিব পাৰি
పర్యాయపదాలు : অন্যমনস্ক, উদাস, বিৰক্ত
అర్థం : যাৰ তেজ নাই বা যিজনৰ তেজৰ অভাৱ হৈছে
ఉదాహరణ : সদায় চিন্তিত হৈ থকাৰ কাৰণে তেওঁৰ চেহেৰা যৌৱনতে নিস্তেজ হʼবলৈ ধৰিছে
పర్యాయపదాలు : অপ্রভ, আভাহীন, কান্তিহীন, তেজহীন, নিস্তেজ, মলীন, মোলান, শেতা
ఆప్ స్థాపించండి