సభ్యుడిగా అవ్వండి
పేజీ చిరునామా క్లిప్బోర్డ్కి కాపీ చేయబడింది.
అర్థం : মৌ-মাখিয়ে ফুলৰ পৰা সংগ্রহ কৰি মৌচাকত সঞ্চিত কৰা ফলৰ ৰসৰ দৰে মিঠা বস্তু
ఉదాహరణ : মৌ বৰ উপকাৰী
పర్యాయపదాలు : মধু, মৌৰস
అర్థం : ফুলৰ ৰস চুহি মৌ গোটোৱা এবিধ মাখিজাতীয় পতংগ
ఉదాహరణ : এই গছজোপাত মৌ-মাখিৰ বিচনী আছে
పర్యాయపదాలు : পুষ্পলিহ, মধুকৰ, মধুপ, মধুপায়ী, মধুব্রত, মধুমক্ষিকা, মধুলিহ, মধুলেহ, মধুলেহী, মৌ-গুটি, মৌ-মাখি, মৌমাখি
ఆప్ స్థాపించండి