సభ్యుడిగా అవ్వండి
పేజీ చిరునామా క్లిప్బోర్డ్కి కాపీ చేయబడింది.
అర్థం : দবাখেলৰ কোনো গুটি
ఉదాహరణ : তেওঁ বহুত ্চেষ্টা কৰি নিজৰ মোহৰাটো বচালে
అర్థం : অংকিত ৰেখা, দাগ, চিহ্ন আদিক এনেদৰে ঘঁ্হা যাতে ই থাকি নাযায়
ఉదాహరణ : শিক্ষকে ব্লেকবʼর্ডত লিখা আখৰবোৰ ডাস্তাৰে মোহাৰি আছে
అర్థం : ঘূৰাই দিয়া বা পকাই প্রয়োগ কৰা কার্য:নিৰাজে ভুল কৰাত শিক্ষকে তাৰ কাণ পকাই দিলে
ఉదాహరణ :
పర్యాయపదాలు : ঘূৰা, ঘূৰোৱা, পকা, পকাই দিয়া, পকোৱা, মোহাৰি দিয়া
అర్థం : ঘঁহি-পিহি ধূলি বা ময়লা আদি চফা কৰা কার্য
ఉదాహరణ : তেওঁ নতুন কাপোৰখনেৰে গাড়ী মচিছে
పర్యాయపదాలు : মচা, মজা
ఆప్ స్థాపించండి