అర్థం : সোণেৰে বনোৱা মুদ্রা
ఉదాహరణ :
হৰপ্পাৰ খনন কার্যত কিছুমান সোণৰ মুদ্রা পোৱা গৈছিল
పర్యాయపదాలు : সোণৰ মুদ্রা, সোণৰ মোহৰ, স্বর্ণ মুদ্রা, স্বর্ণমুদ্রা
అర్థం : সোণেৰে তৈয়াৰী মুদ্রা
ఉదాహరణ :
তেওঁ ্ সোণাৰীৰ পৰা মোহৰৰ সলনি ধন লʼলে
పర్యాయపదాలు : সোণৰ মুদ্রা
అర్థం : সোণ বা ৰূপৰ মুদ্রা
ఉదాహరణ :
বাদশ্বাহে পুৰস্কাৰ হিচাপে কবিক দুটা সোণৰ মোহৰ দিলে
అర్థం : ধাতুৰ টুকুৰা আদিৰ সহায়ত ছাপ বহুৱাই মোহৰ বনোৱা কার্য
ఉదాహరణ :
টাকশালত টকা-পইচাৰ ছাপ মৰা হয়